মীন বিভাগ-পাৰ্শ্বচিত্ৰ
১. জিলাৰ নাম |
বিশ্বনাথ |
২. মহকুমা |
ক. বিশ্বনাথ |
খ. গহপুৰ |
|
৩. জনসংখ্যা |
৫৫০১০২ সংখ্যক (অনুসূচিত জাতি-৮৪৬৮৮. অনুসূচিত জনজাতি-৪২০৮৬. অন্যান্য-৪২৩৩৩৩)
|
৪. উন্নয়ণ খণ্ড |
ক. পূৱ ছয়দুৱাৰ |
|
খ. ছয়দুৱাৰ |
|
গ. বিহালী |
|
ঘ. বাঘমৰা |
|
ঙ. বিশ্বনাথ |
|
চ. সাকোমঠা |
|
ছ. চতিয়া |
৫. আন্তঃগাথনি |
ক. মাটিকালি - এক বিঘা
|
খ. ভৱন ১. ৩টা কোঠাৰ কাৰ্য্যালয় ভৱন ২. ১টা চতুৰ্থবৰ্গৰ বাসগৃহ
|
|
গ. চৰকাৰি মীন পাম ১. কুঁৱৰী মীন পাম,পানী কালি ৬.০০ হেক্টৰ ২. দিলাপখৰা মীন পাম -পানী কালি ০.২৪ হেক্টৰ
|
|
৬. সম্পদ সমুহ |
ক. পুখুৰী - ৪৩৭৯টা, পানী কালি ৬৪৩.৬০ হেক্টৰ
|
খ. বিল- ৫৪টা, পানী কালি ৭৫৭.২৫ হেক্টৰ
|
|
গ. পৰিত্যক্ত/ দ’-জলাশয় ৪৭টা,পানী কালি ৫৩৯.৯০ হেক্টৰ
|
|
ঘ. নদী- ২১খন, পানী কালি ৫৭৬০.০০ হেক্টৰ
|
|
ঙ. ধাননি পথাৰ- পানী কালি ১০০০৩৯.০০ হেক্টৰ |
|
৭. মুঠ পানীৰ কালি
|
১২০০০.৭৫ হেক্টৰ |
৮. বিলৰ স্থিতাৱস্থা i) বিশ্বনাথ মহকুমা
|
বিশ্বনাথ বাঘমৰা মীন মহলঃ ২৫টা বিল-বন্দোৱস্তিত দিয়া হৈছে
|
ii) গহপুৰ মহকুমা |
ব্ৰহ্মপুত্ৰ খাৰৈবিল গ্ৰুপ ফিচাৰীঃ১২টা বিল-বন্দোৱস্তিত দিয়া হৈছে
|
৯. মুঠ মৎস্য উৎপাদন |
৩০৫২.২০ মে.ট. |
১০. মৎস্য চাহিদা |
৫১৪৩ মে.ট.
|
১১. নাটনি
|
২০৯০.৮ মে.ট. |
১২. ইক’ হেট্চাৰী |
ক. চৰকাৰী- নাই
|
খ. বেচৰকাৰী - ১০টা |
|
১৩. প্ৰতিপালন পুখুৰী |
ক. চৰকাৰী- ২০টা (০.৫৩ হেক্টৰ)
|
|
খ. বেচৰকাৰী- ২৩৯টা (১০.২৫ হেক্টৰ)
|
১৩. পালন পুখুৰী |
ক. চৰকাৰী- ২টা (০.২৪ হেক্টৰ)
|
|
খ. বেচৰকাৰী - ৯৫টা (৬.৪৫ হেক্টৰ)
|
(বি.দ্ৰ.- চতিয়া উন্নয়ন খণ্ডৰ তথ্য সন্নিবিষ্ট কৰা হোৱা নাই)
|