মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

মীন বিভাগ- সফলতাৰ কাহিনী সমুহ

বাব্লু বৰা

মীন পালকৰ বিষয়ে-

শ্ৰীবাব্লু বৰা, পিতৃ- শ্ৰীনগেন বৰা, গাঁও- গড়েহাগী বিশ্বনাথ উন্নয়ন খণ্ডৰ অন্তৰ্গত, বিশ্বনাথ জিলা, অসম। পোন প্ৰথমে তেওঁ এগৰাকী কৃষক আছিল। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) ৰ নতুনকৈ পুখুৰী খন্দা আচঁনিৰ সহায়ত ২০০৯-১০ বৰ্ষত তেওঁ এটা পুখুৰী খান্দিছিল।এই মীন পালনৰ পৰা তেওঁ বহুখিনি লাভান্বিত হয় আৰু এইদৰেই উৎসাহিতহৈ ০.৫০ হেক্টৰ মাটিত তেওঁ ২০১২-১৩ বৰ্ষত বিশ্বনাথ খণ্ডৰ মীন বিভাগৰ সহায়ত গাহৰী আৰু মীন পালন আৰম্ভ কৰে।  

মীন পালকৰ নাম আৰু ঠিকনা

কৰ্ম দক্ষতা

মাটি কালি

(হেক্টৰ)

পানীৰ কালি

(হেক্টৰ)

যোৱা ৩টা বৰ্ষৰ মীন উৎপাদন (কি.গ্ৰা.)

পালন কৰা প্ৰজাতি

বিক্ৰী (টকা- লাখত)

২০১৩-১৪

২০১৪-২০১৫

২০১৫-১৬

(বৰ্তমানলৈ)

২০১৩-১৪

২০১৪-১৫

২০১৫-১৬

(বৰ্তমানলৈ)

শ্ৰীবাব্লু বৰা

পিতৃ- শ্ৰীনগেন বৰা

গাঁও- গড়েহাগী

পো.অ.-পানীভৰাল

উন্নয়ন খণ্ড-বিশ্বনাথ

জিলা -বিশ্বনাথ (অসম)

মোবাইল -৯৯৫৪২১৭৩৪০

মৎস্য

উৎপাদক

১.০০

০.৫০

১৬০০.০০

১৭০০.০০

৮০০.০০

আই এম চি আৰু এক্জ’টিককাৰ্প

১.২০

১.২৫

০.৮০

 

 

জিলা মীন উন্নয়ণ বিষয়াৰ মন্তব্য- শ্ৰীবাব্লু বৰা সমগ্ৰ বিশ্বনাথ জিলাৰ উত্তৰ-পূব আঞ্চলৰ এজন প্ৰগতিশীল মীন পালক। তেওঁ এজন কঠোৰ পৰিশ্ৰমী আৰু সৎ মীন পালক। তেওঁ বাৰ্ষিক ৩২০০ কি.গ্ৰা./হেক্টৰ তকৈ আধিক উৎপাদন কৰি আহিছে। মীন পালন দক্ষতাৰে তেওঁ আগুৱাই যাব বিচাৰিছে। তেওঁৰ আন্য এডোখৰ ০.৫০ হেক্টৰ জোখৰ মাটিত এটি নতুন মীন পালনৰ পুখুৰী খান্দিব বিচাৰিছে। আমি ভৱিস্যতে তেওঁৰ পৰা অধিক আশা ৰাখিছো।

 

গোপাল বৰা

মীন পালকৰ বিষয়ে-

শ্ৰীগোপাল বৰা, পিতৃ- শ্ৰীঅমল চন্দ্ৰ বৰা, গাঁও- বৰকুৰা সাকোমাঠা উন্নয়ন খণ্ডৰ অন্তৰ্গত, বিশ্বনাথ জিলা, অসম। পোন প্ৰথমে তেওঁ এগৰাকী কৃষক আছিল। তেওঁৰ একমাত্ৰ প্ৰয়োজন সাপেক্ষে২০০৪-০৫ বৰ্ষত এটা পুখুৰী খান্দিছিল। এই মীন পালনৰ পৰা তেওঁ অনাকাংখিত ভাবেবহুখিনি লাভান্বিত হয়। এইদৰেই উৎসাহিত হৈ তেওঁ ০.৫০ হেক্টৰ দ মাটিত২০০৮-০৯ বৰ্ষত বিশ্বনাথ খণ্ডৰ মীন বিভাগৰ মাৰ্গদৰ্শনতধান খেতিৰ লগত মাছ পালন আৰম্ভ কৰে। মীন পালনৰ পৰা পোৱা অৰ্থৰ পৰা তেওঁ পৰ্যায়ক্ৰমে পানীৰ কালি ০.৫০ হেক্টৰৰ পৰা ২.০০ হেক্টৰলৈ বঢ়াবলৈ সক্ষম হয়।

মীন পালকৰ নাম আৰু ঠিকনা

কৰ্ম দক্ষতা

মাটি কালি

(হেক্টৰ)

পানীৰ কালি

(হেক্টৰ)

যোৱা ৩টা বৰ্ষৰ মীন উৎপাদন (কি.গ্ৰা.)

পালন কৰা প্ৰজাতি

বিক্ৰী (টকা- লাখত)

২০১৩-১৪

২০১৪-২০১৫

২০১৫-১৬

(বৰ্তমানলৈ)

২০১৩-১৪

২০১৪-১৫

২০১৫-১৬

(বৰ্তমানলৈ)

শ্ৰীগোপাল বৰা

পিতৃ- শ্ৰীঅমল চন্দ্ৰ বৰা

গাঁও- বৰকুৰা

পো.অ.-গেৰুৱাবাৰী

উন্নয়ন খণ্ড -সাকোমাঠা

জিলা -বিশ্বনাথ (অসম)

মোবাইল -৮০১১৯৬৮৬৯৪

মৎস্য

উৎপাদক

২.৫০

২.০০

৬৪০০.০০

৬৮০০.০০

২২০০.০০

আই এম চি আৰু এক্জ’টিককাৰ্প

৩.২৫

৩.৬০

২.২০

 

জিলা মীন উন্নয়ণ বিষয়াৰ মন্তব্য- শ্ৰীগোপাল বৰা সমগ্ৰ বিশ্বনাথ জিলাৰ উত্তৰ-পূব আঞ্চলৰ এজন প্ৰগতিশীল মীন পালক। তেওঁ এজন কঠোৰ পৰিশ্ৰমী আৰু সৎ মীন পালক। তেওঁ বাৰ্ষিক ৩২০০ কি.গ্ৰা./হেক্টৰ তকৈ আধিক উৎপাদন কৰি আহিছে। মীন পালন দক্ষতাৰে তেওঁ আগুৱাই যাব বিচাৰিছে। আমি ভৱিস্যতে তেওঁৰ পৰা অধিক আশা ৰাখিছো।

 

পৰশ বৰা

মীন পালকৰ বিষয়ে-

শ্ৰীপৰশ বৰা, পিতৃ- শ্ৰীডিম্বেশ্বৰ বৰা, গাঁও- গড়েহাগী বিশ্বনাথ উন্নয়ন খণ্ডৰ অন্তৰ্গত, বিশ্বনাথ জিলা, অসম। পোন প্ৰথমে তেওঁ এগৰাকী কৃষক আছিল। তেওঁৰ একমাত্ৰ প্ৰয়োজন সাপেক্ষে ২০০৪-০৫ বৰ্ষত এটা পুখুৰী খান্দিছিল। এই মীন পালনৰ পৰা তেওঁ অনাকাংখিতে বহুখিনি লাভান্বিত হয়। এইদৰেই উৎসাহিত হৈ তেওঁ ০.৩০ হেক্টৰ দ মাটিত ২০১৪-১৫ বৰ্ষত বিশ্বনাথ খণ্ডৰ মীন বিভাগৰ মাৰ্গদৰ্শনত গাহৰীৰ লগত মাছ পালন আৰম্ভ কৰে।

 

মীন পালকৰ নাম আৰু ঠিকনা

কৰ্ম দক্ষতা

মাটি কালি

(হেক্টৰ)

পানীৰ কালি

(হেক্টৰ)

যোৱা ৩টা বৰ্ষৰ মীন উৎপাদন (কি.গ্ৰা.)

পালন কৰা প্ৰজাতি

বিক্ৰী (টকা- লাখত)

২০১৩-১৪

২০১৪-২০১৫

২০১৫-১৬

(বৰ্তমানলৈ)

২০১৩-১৪

২০১৪-১৫

২০১৫-১৬

(বৰ্তমানলৈ)

শ্ৰীপৰশ বৰা

পিতৃ- শ্ৰীডিম্বেশ্বৰ বৰা

গাঁও- গড়েহাগী

পো.অ.-পানীভৰাল

উন্নয়ন খণ্ড -বিশ্বনাথ 

জিলা -বিশ্বনাথ (অসম)

 

মৎস্য

উৎপাদক

১.০০

০.৩০

৯৬০.০০

১০২০.০০

৪০০.০০

আই এম চি আৰু এক্জ’টিককাৰ্প

০.৬৫

০.৭৫

 

জিলা মীন উন্নয়ণ বিষয়াৰ মন্তব্য- শ্ৰীপৰশ বৰা সমগ্ৰ বিশ্বনাথ জিলাৰ উত্তৰ-পূব আঞ্চলৰ এজন প্ৰগতিশীল মীন পালক। তেওঁ এজন কঠোৰ পৰিশ্ৰমী আৰু সৎ মীন পালক। তেওঁ বাৰ্ষিক ৩২০০ কি.গ্ৰা./হেক্টৰ তকৈ আধিক উৎপাদন কৰি আহিছে। মীন পালন দক্ষতাৰে তেওঁ আগুৱাই যাব বিচাৰিছে। আমি ভৱিস্যতে তেওঁৰ পৰা অধিক আশা ৰাখিছো।