বিশ্বনাথ সংমণ্ডলৰ অধীনত কিছুমান সফল জলসিঞ্চন আঁচনিৰ নাম তলত উল্লেখ কৰা হ’লঃ-
প্রবাহিত জলসিঞ্চন আঁচনিঃ-
(১) মৌজুলি প্রবাহিত জলসিঞ্চন আঁচনি
(২) সাধাৰু প্রবাহিত জলসিঞ্চন আঁচনি
(৩) সাকোমাথা প্রবাহিত জলসিঞ্চন আঁচনি
(৪) দিৰিং প্রবাহিত জলসিঞ্চন আঁচনি
(৫) গেলাপুখুৰী প্রবাহিত জলসিঞ্চন আঁচনি
(৬) বুঢ়ীগাং প্রবাহিত জলসিঞ্চন আঁচনি
(৭) পাভৈ প্রবাহিত জলসিঞ্চন আঁচনি
(৮) বিহালী প্রবাহিত জলসিঞ্চন আঁচনি
(৯) ভেটিজান শালবাৰী প্রবাহিত জলসিঞ্চন আঁচনি
(১০) তিনিসুতি প্রবাহিত জলসিঞ্চন আঁচনি
(১১) জিনজিয়া প্রবাহিত জলসিঞ্চন আঁচনি
উত্তোলক জলসিঞ্চন আঁচনিঃ-
(১)চতিয়া উত্তোলক জলসিঞ্চন আঁচনি
(২) অজলাসূতি উত্তোলক জলসিঞ্চন আঁচনি
(৩) চালিয়া চাপৰি কাৱৈমাৰী উত্তোলক জলসিঞ্চন আঁচনি
(৪) ধান্দিবীল উত্তোলক জলসিঞ্চন আঁচনি
(৫) কাউৰীবিল উত্তোলক জলসিঞ্চন আঁচনি
(৬) নিউ ঘিলাধাৰী উত্তোলক জলসিঞ্চন আঁচনি
(৭) ওভোটাবীল উত্তোলক জলসিঞ্চন আঁচনি
গভীৰ নলীনাদ আঁচনিঃ-
(১) ডাইনিগাঁও গভীৰ নলীনাদ আঁচনি
(২) দেওনাবাৰী গভীৰ নলীনাদ আঁচনি
(৩) গোপচাগুৰি গভীৰ নলীনাদ আঁচনি
(৪) সোনালী বাৰী গভীৰ নলীনাদ আঁচনি
(৫) বুৰৈ হেলেম গভীৰ নলীনাদ আঁচনি
(৬) এৰিয়ামলা গভীৰ নলীনাদ আঁচনি
(৭) পানীভঁৰাল গভীৰ নলীনাদ আঁচনি
(৮) পেতুলীবাৰী গভীৰ নলীনাদ আঁচনি
(৯) লেহুগাঁও গভীৰ নলীনাদ আঁচনি
(১০) গলিয়া গভীৰ নলীনাদ আঁচনি
(১১) কেন্দুগুৰি গভীৰ নলীনাদ আঁচনি
(১২) ৰৌমাৰী গভীৰ নলীনাদ আঁচনি