কৃষিখণ্ডৰ সর্বাঙ্গীন উন্নতিৰ বাবে জলসিঞ্চনৰ প্রয়োজনীয়তা অনস্বীকার্য। বিশ্বনাথ জিলাৰ অন্তর্গত এই সংমণ্ডল ২০০৯ চনত কায্যকৰী সংমণ্ডল ৰূপে কার্যক্ষম হয়।
জলসিঞ্চনৰ দ্বাৰা সূ-পৰিকল্পিত ভাবে বিজ্ঞান সন্মত ব্যৱস্থাৰে খেতি পথাৰত উচিত সময়ত উচিত পৰিমানৰ পানী যোগান নিশ্চিতকৰনেৰে একেডৰা মাটিতে দুটা বা ততোধিক ফচল উৎপাদনৰ দ্বাৰা কৃষি ভিওিক অঞ্চলত খাদ্য শস্য উৎপাদনৰ পৰিসৰ বৃদ্ধি কৰিব পাৰি ।
বিশ্বনাথ জিলা্ত বিশ্বনাথ জলসিঞ্চন সংমণ্ডলে তলত উল্লেখ কৰা আঁচনিৰ দ্বাৰা খেতি পথাৰত জলসিঞ্চনৰ ব্যবস্থা কৰি খেতি পথাৰত পানী যোগান ধৰি কৃষক ৰাইজক উপকৃ্ত কৰিছে। আঁচনিসমুহ হ’ল-
(১) প্রবাহিত জলসিঞ্চন আঁচনি (F.I.S )
(২) উত্তোলক জলসিঞ্চন আঁচনি ( L.I.S )
(৩) গভীৰ নলীনাদ আঁচনি ( D.T.W.S )
(৪) অগভীৰ নলীনাদ আঁচনি( S.T.W )