বিশ্বনাথ জলসিঞ্চন সংমণ্ডলৰ মূখ্য বিষয়াজন হল কায্যবাহী অভিযন্তা আৰু উপ-সংমণ্ডল দুটাৰ মূখ্য বিষয়া দুজন হ’ল সহকাৰী কায্যবাহী অভিযন্তা ।
মণ্ডলটোত মুঠ বিভিন্ন পদত কর্মৰত হৈ থকা কর্মীৰ সংখ্যা হ’ল ১০৩ জন ।
সংমণ্ডলটোত দায়িত্বপূর্ন পদত থকা বিষয়া সকলৰ নাম তলত উল্লেখ কৰা হ’ল –
(১) লক্ষ্মীকান্ত কুম্বাং- কায্যবাহী অভিযন্তা
(২) নিৰঞ্জন দাস- সহকাৰী কায্যবাহী অভিযন্তা
(৩) মুৰুলী বৰি- সহকাৰী কায্যবাহী অভিযন্তা
(৪) ভূপেন ফুকন- সহকাৰী কায্যবাহী অভিযন্তা
(৫) শুভাংকৰ নন্দী- সহকাৰী অভিযন্তা
(৬) জয়ন্ত ডেকা-সহকাৰী অভিযন্তা
(৭) সীমান্ত বৰা- কনিস্থ অভিযন্তা
(৮)সুদর্শন শংকৰ বৰা- কনিস্থ অভিযন্তা
(৯) আলোখ্য বৰা- কনিস্থ অভিযন্তা
(১০) চন্দ্রমা ডেকা- কনিস্থ অভিযন্তা
(১১) ধ্ৰূব লহকৰ- মূখ্য সহায়ক