মই প্ৰৱেশ কৰিছো

অসম চৰকাৰ Biswanath District

পৰ্যটন

বৰ্তমানে পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ অধিনত যিভাৱে পৰ্যটকৰ বাবে সুবিধা আদি দিয়া হৈছে উত্তৰ পাৰৰ এই সংমণ্ডলটোৰ অধিনত পৰ্যটকৰ বাবে পৰ্য্যাপ্ত পৰিমানে সুবিধা নাই যদিও বিশ্বনাথ ঘাটৰ পৰা ভোমোৰাগুৰী ঘাটলৈ নৌকা বিহাৰৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ ফলত স্থানীয় ৰাইজৰ বয়ন শিল্পৰ বাণিজ্যিক পৰিসৰ বৃদ্ধি কৰিছে। ভৱিষ্যতলৈ এই অঞ্চলটোত ইক’ টুৰিজম একমাত্ৰ ভৰষা।