বিভাগটোৰ লক্ষ্য |
সমবায় আৰু আত্মসহায়তাৰ মাধ্যমেৰে সমৃদ্ধি আৰু ন্যায় স্থাপন কৰা |
বিভাগটোৰ উদ্দেশ্য |
স্বইচ্ছাৰে গণতান্ত্ৰিক ভাৱে আগবাঢ়ি আৰু পেশাদাৰী পৰিচালনাৰে আৰ্থসামাজিক উন্নয়নৰ বাবে মজবুত আৰু সক্ৰিয় সমবায় খণ্ড স্থাপন কৰা। |
সমবায় পৰিচালনাত প্ৰজোয্য হোৱা আইনসমূহ |
১. অসম সমবায় সমিতি আইন, ২০০৭ (Act IV of 2019) ২. অসম ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় সমবায় সমিতি প্ৰবন্ধ আইন,২০১০ ৩. পণ্যগাৰ নিগম অইন, ১৯৬২ ৪. অসম সমবায় মাটি বন্ধকী বেংক আইন, ১৯৬০ ৫. অসম ঋণদান আইন, ১৯৩৪ |
৮টা সমবায় নীতি |
১. স্বেচ্ছা আৰু মুক্ত সদস্যতা ২. গণতান্ত্ৰিক পৰিচালনা ৩. সদস্যৰ অৰ্থনৈতিক অংশগ্ৰহণ ৪. স্বায়ত্তশাসন আৰু স্বতন্ত্ৰতা ৫. শিক্ষা, প্ৰশিক্ষণ আৰু তথ্য যোগান ৬. সমবায় সমিতি সমূহৰ মাজত সহযোগিতা ৭. সামাজিক দ্বায়বদ্ধতা ৮. পেশাদাৰী পৰিচালনা |